danewsplus.com
danewsplus.com

মন্ত্ৰিত্ব লাভ কৰিলে জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

0 146

ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পেলাই আহিল সেই খবৰ। মন্ত্ৰিত্ব লাভ কৰিলে জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই। উল্লখ্যে যে, ২ নতুন মন্ত্ৰীয়ে শপত ল’ব বৃহস্পতিবাৰে।

মন্ত্ৰীৰূপে শপত ল’বলগীয়া জয়ন্তমল্ল বৰুৱা নলবাৰীৰ বিধায়ক। একেদৰে নন্দিতা গাৰ্লোচা হাফলঙৰ বিধায়িকা। ইতিমধ্যে নিজা সমষ্টিৰ পৰা গুৱাহাটীলৈ ৰাওনা বিধায়িকা নন্দিতা।

শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰে বিয়লি ৩ বজাত শপত। ৰাজ্যৰ তথ্য-জনসংযোগ বিভাগে কৰিছে আনুষ্ঠানিক ঘোষণা।

Leave A Reply

Your email address will not be published.