danewsplus.com
danewsplus.com

বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড নিহত…

0 649

ডিজিটেল ডেস্ক:

  • বটদ্ৰৱা-কাণ্ডৰ মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলাম নিহত
  • নগাঁৱৰ ৰাইদঙীয়াত দুৰ্ঘটনাত নিহত মাষ্টাৰমাইণ্ডটো
  • আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই দুৰ্ঘটনা
  • গাড়ীৰ পৰা জঁপিয়াওতেই মহটিয়ালে আন এখন গাড়ীয়ে
  • দুৰ্ঘটনাত ৪জন আৰক্ষী জোৱানো আহত
  • আশ্বিকুলৰ ঘৰত অভিযান চলাই উভতি আহোঁতেই এই ঘটনা
  • জুৰীয়াৰ সোণাইবেৰাগাঁৱৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান
  • আশ্বিকুলৰ ঘৰত উদ্ধাৰ ঘটনাৰ সময়ত পিন্ধি থকা টি-চাৰ্ট
  • দুটা পিষ্টলসহ ৭জাঁই গুলীও উদ্ধাৰ আশ্বিকুলৰ ঘৰৰ পৰা
  • উদ্ধাৰ এটা .22 পিষ্টল, এটা 7.65 mm পিষ্টল
  • দেওবাৰে আশ্বিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে
Leave A Reply

Your email address will not be published.