danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰৰ জনপ্ৰিয় অভিনেত্ৰী আমৰীন ভটক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

0 402

ডিজিটেল ডেস্ক: জনপ্ৰিয় টিভি অভিনেত্ৰী অমৰিন ভাটক বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। একে সময়তে, সন্ত্ৰাসবাদীৰ গুলীত আমৰীনৰ ১0 বছৰীয়া ভতিজাও আঘাতপ্ৰাপ্ত হয়।

কাশ্মীৰ আৰক্ষীয়ে এক টুইটযোগে কয় যে, “নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ‘লস্কৰ’ৰ তিনিজন সন্ত্ৰাসবাদী এই জঘন্য সন্ত্ৰাসবাদী ঘটনাত জড়িত আছিল। সন্ধিয়া প্ৰায় ৭:৫৫ বজাত হুশ্ৰু চাদুৰাৰ বাসিন্দা অমৰিন ভাট (পিতৃ-খাজিৰ মহম্মদ ভাট)ৰ ঘৰত সন্ত্ৰাসবাদীয়ে মুকলিকৈ গুলীচালনা কৰে। তেঁওক চিকিৎসালয়লৈ ততাতয়াকৈ লৈ যোৱা হয় যদিও পিছত মৃত ঘোষণা কৰে আমৰীনৰ পিতৃক।”

কাশ্মীৰ আৰক্ষীৰ টুইট

অঞ্চলটো বৰ্তমান ঘেৰাও কৰা হৈছে আৰু অনুসন্ধান আৰম্ভ কৰা হৈছে বুলিও টুইটযোগে জনাই কাশ্মীৰ আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.