danewsplus.com
danewsplus.com

প্ৰাথমিক বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা দুৰ্বৃত্তৰ, নিহত ২১

0 414

ডিজিটেল ডেস্ক:

  • আমেৰিকাৰ টেক্সাছত ভয়ংকৰ কাণ্ড
  • এখন প্ৰাথমিক বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা দুৰ্বৃত্তৰ
  • ১৮টা স্কুলীয়া শিশুকে ধৰি নিহত ২১, আহত কেইবাজনো
  • এটা হেণ্ডগান, ৰাইফলেৰে গুলীচালনা স্কুলীয়া ছাত্ৰক
  • ঘটনাত আহত আৰক্ষীসহ কেইবাজনো লোক
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰীটো
  • নিহত আক্ৰমণকাৰীটো ছালভাড’ৰ ৰামছ
  • ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি বাইডেনৰ ৪দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা
Leave A Reply

Your email address will not be published.