danewsplus.com
danewsplus.com

কিশোৰীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত বাবুল হুছেইন

0 123

ডিজিটেল ডেস্কঃ বৰপেটাৰ বাঘবৰত জঘন্য ঘটনা। আৰক্ষীৰ জালত নাৰী দেহ সৰবৰাহকাৰী। বাঘবৰৰ এগৰাকী কিশোৰীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা। অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগ। ধৰ্ষণৰ অন্তত বহিঃৰাজ্যত বিক্ৰীৰ পৰিকল্পনা চক্ৰটোৰ।

বাবুল হুছেইন আৰু ৰাহুল আমিন নামৰ ২ যুৱকৰ বিৰুদ্ধে অভিযোগ। ই-ৰিক্সাত ঘৰলৈ ওভতাৰ পথতে অপহৰণ কিশোৰীগৰাকীক। ৰিক্সাৰ পৰা কৌশলেৰে নমাই নিচাজাতীয় ইনজেকচন দি অপহৰণ। অপহৰণ কৰি ট্ৰেভেলাৰত উঠাই যুৱকদ্বয়ে লৈ গৈছিল গুৱাহাটীলৈ।

অপহৰণ কৰি গুৱাহাটীত ৪দিন দলবদ্ধ ধৰ্ষণ কিশোৰীগৰাকীক। গুৱাহাটীত ৮-১০ যুৱকে মিলি কিশোৰীগৰাকীক ধৰ্ষণৰ অভিযোগ। কিশোৰীগৰাকীৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত উদ্ধাৰ কিশোৰীগৰাকীক। মন্দিয়া আৰক্ষীৰ অভিযানত গুৱাহাটীত উদ্ধাৰ কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত বাবুল হুছেইনক আটক আৰক্ষীৰ।

Leave A Reply

Your email address will not be published.