danewsplus.com
danewsplus.com

পি চিদাম্বৰম, পুত্ৰ কাৰ্তি চিদাম্বৰমৰ ঘৰত CBIৰ তালাচী

0 54

ডিজিটেল ডেস্কঃ পুনৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰমৰ কাৰ্যালয় আৰু বাসগৃহত CBIৰ তালাচী৷ আজি পি চিদাম্বৰম আৰু কাৰ্তি চিদাম্বৰমৰ মুম্বাই আৰু চেন্নাইৰ লগতে ৯ ঠাইত বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায় CBIৰ দলে৷ কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে CBI-এ আৰ্থিক অনিয়ম সম্পৰ্কত নতুন গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.