danewsplus.com
danewsplus.com

সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ১ম মৃত্যু বাৰ্ষিকী

0 208

ডিজিটেল ডেস্ক: প্ৰথিতযশা সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ১ম মৃত্যু বাৰ্ষিকী৷ ২০২১ চনৰ এই দিনটোতে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁ৷

আজি বিভিন্ন ঠাইত স্মৰণ কৰা হৈছে প্ৰয়াত সাহিত্যিকগৰাকীক৷ মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননতো সাহিত্যিকগৰাকীক সুঁৱৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী৷

Leave A Reply

Your email address will not be published.