danewsplus.com
danewsplus.com

কালিৰে পৰা ৰাজ্যত চলি আছে গুণোৎসৱ

0 83
  • কালিৰে পৰা ৰাজ্যত চলি আছে গুণোৎসৱ
  • ৩টা পৰ্যায়ত ৩৩খন জিলাত গুণোৎসৱ
  • প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি ২য় দিন
  • প্ৰথম পৰ্যায়ত ১৪ মে’লৈ ১০খন জিলাত গুণোৎসৱ
  • ১ম পৰ্যায় : বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়
  • ১ম পৰ্যায় : গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আলং, নগাঁও
  • ২৩ মে’ৰ পৰা ২৬ মে’লৈ ১২খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ
  • ২য় পৰ্যায় : বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই
  • ২য় পৰ্যায় : কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও
  • ২য় পৰ্যায় : শিৱসাগৰ, মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি
  • ১ জুনৰ পৰা ৪ জুনলৈ ১১খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ
  • ৩য় পৰ্যায় : বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ(ম)
  • ৩য় পৰ্যায় : লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আলং, নলবাৰী
  • ৪ জুনত অন্ত পৰিব ২০২২ বৰ্ষৰ গুণোৎসৱ
Leave A Reply

Your email address will not be published.