danewsplus.com
danewsplus.com

পুনৰ চোৰাং চিকাৰীয়ে কাটিলে গঁড়ৰ খড়্গ

0 120

ডিজিটেল ডেস্ক:

  • ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে কাটিলে জীয়া গঁড়ৰ খড়্গ
  • বৰ্তমানেও জীৱিত অৱস্থাত আছে খড়্গ কটা গঁড়টো
  • প্ৰথমে গঁড়টোলৈ লক্ষ্য কৰি চোৰাং চিকাৰীৰ গুলী
  • গঁড়টো অচেতন হোৱাৰ পিছতে কাটি নিয়ে খড়্গ
  • বন বিভাগৰ কাৰ্যালয়ত গঁড়টোৰ চিকিৎসা অব্যাহত
  • ঘটনাটো ২২ এপ্ৰিলৰ বুলি জনা গৈছে
  • ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই খবৰটো লুকুৱাই ৰখাৰ অভিযোগ
  • গঁড়টোৰ অৱস্থা সংকটজনক বুলি মন্তব্য বন বিভাগৰ
Leave A Reply

Your email address will not be published.