danewsplus.com
danewsplus.com

ইণ্টাৰচিটী এক্সপ্ৰেছৰ খুন্দাত বিধ্বস্ত স্কৰপিঅ’: নিহত ১

0 137

ডিজিটেল ডেস্ক:

  • ধেমাজিৰ চমৰাজানত ভয়ংকৰ দুৰ্ঘটনা
  • ৰে’লৰ খুন্দাত এজন লোক নিহত
  • আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত
  • নাহৰলগুন-তিনিচুকীয়া ইণ্টাৰচিটী এক্সপ্ৰেছৰ খুন্দা
  • উন্মুক্ত ৰে’ল ক্ৰছিঙত এখন স্কৰপিঅ’ বিধ্বস্ত
  • থিতাতে নিহত লোকজনৰ নাম ডিম্পুল বৰগোহাঁই
  • আহত মহিলাগৰাকীৰ নাম অমৰৱতী দলে

Leave A Reply

Your email address will not be published.