danewsplus.com
danewsplus.com

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষৰ পদত্যাগ

0 112
  • প্ৰতিবাদৰ ওচৰত সেও মানিলে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে
  • শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষৰ পদত্যাগ
  • ৰাজাপাক্ষৰ লগতে পদত্যাগ দেশখনৰ স্বাস্থ্যমন্ত্ৰীৰ
  • এমাহ ধৰি শ্ৰীলংকাত চৰকাৰবিৰোধী প্ৰতিবাদ অব্যাহত
  • সোমবাৰে চৰকাৰবিৰোধী প্ৰতিবাদত উত্তাল কলম্বো
  • চৰকাৰৰ সমৰ্থক-বিৰোধীৰ সংঘৰ্ষত আহত ৭৬জন
  • দেশজুৰি সান্ধ্য আইন জাৰি শ্ৰীলংকা আৰক্ষীৰ
  • ৯ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
  • ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীয়ে পদত্যাগ নকৰালৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ
  • হেঁচাত পৰি পদত্যাগৰ বাবে বাধ্য হ’ল মহিন্দা ৰাজাপাক্ষ
  • ৰাজাপাক্ষ পৰিয়ালৰ ৰাজনীতিয়ে দেশখন ধ্বংস কৰাৰ অভিযোগ
  • শুকুৰবাৰে ২য়বাৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা ৰাষ্ট্ৰপতিৰ
Leave A Reply

Your email address will not be published.