danewsplus.com
danewsplus.com

অসমৰ বোৱাৰীৰ শিৰত মিছেছ গ্ল’বেল ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট

0 213

ডিজিটেল ডেস্ক: অসমৰ বোৱাৰীৰ শিৰত মিছেছ গ্ল’বেল ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট৷ হোজাইৰ ডবকাৰ সুহানা ঘোষ নামৰ মহিলাগৰাকীয়ে লাভ কৰিছে এই খিতাপ৷ পেৰীছা কমিনিউকেশ্বন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে দিল্লীত অনুষ্ঠিত কৰিছিল এই প্ৰতিযোগিতা৷ ৩০গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা চূড়ান্ত বিজয়ী ঘোষণা কৰা হয় সুহানা ঘোষক৷

Leave A Reply

Your email address will not be published.