danewsplus.com
danewsplus.com

আজি বিশ্ব প্ৰেছ ফ্ৰীডম দিৱস

0 124

ডিজিটেল ডেস্কঃ আজি বিশ্ব প্ৰেছ ফ্ৰীডম দিৱস ৷ সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ গুৰুত্ব, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু চৰকাৰক এই সম্পৰ্কত স্বতন্ত্ৰতা বজাই ৰখাৰ বাবে সচেতন কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰি অহা হৈছে ৷ পৃথিৱীৰ বিভিন্ন দেশৰ সাংবাদিকসকলে তেওঁলোকৰ পেছাগত অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ আদিৰ বাবে নানা কাৰ্যসূচীৰে এই দিৱস পালন কৰি আহিছে ৷ দেশৰ বিভিন্ন ঠাইতো আজি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.