danewsplus.com
danewsplus.com

আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ :নিহত ৬০ৰো অধিক, আহত ৭০জন

0 257

ডিজিটেল ডেস্ক:

  • পুনৰ আফগানিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ
  • ৰাজধানী কাবুলৰ মছজিদত আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ
  • বিস্ফোৰণত নিহত ৬০ৰো অধিক, ৭০জনৰো অধিক আহত
  • জুম্মাৰ নামাজৰ সময়তে এই বিস্ফোৰণ
  • যোৱা ১০ দিনত দেশখনত এয়া ১১সংখ্যক বিস্ফোৰণ
Leave A Reply

Your email address will not be published.