danewsplus.com
danewsplus.com

আজি দেশৰ সকলো মুখ্যমন্ত্ৰী, মুখ্য ন্যায়াধীশৰ বৈঠক

0 355

ডিজিটেল ডেস্কঃ আজি দেশৰ সকলো মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশৰ বৈঠক ৷ দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই বৈঠক৷ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব এই বৈঠক ৷ বৈঠকত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম ভি ৰামান্না আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকিব ৷ দেশৰ ন্যায় ব্যৱস্থাই সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ’ব এই বৈঠকত ৷ ন্যায়ালয়সমূহত খালী থকা পদ পূৰণ, গোচৰসমূহ সোনকালে নিস্পত্তিকৰণ আদি বিষয় লৈও বৈঠকত আলোচনা কৰা হ’ব ৷

Leave A Reply

Your email address will not be published.