danewsplus.com
danewsplus.com

কোকৰাঝাৰৰ গোঁসাইগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

0 251

ডিজিটেল ডেস্ক :

  • কোকৰাঝাৰৰ গোঁসাইগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী
  • আৰক্ষীৰ গুলীত আহত ট্ৰাকচালক মোহন লাল
  • ৰাজস্থানৰ পৰা আহিছিল মোহন লাল
  • ২০ কোটি টকাৰ ড্ৰাগ্ছ সৰবৰাহ কৰাৰ দাবী আৰক্ষীৰ
  • তেলৰ টেংকত লুকুৱাই অনা হৈছিল ড্ৰাগ্ছখিনি
  • আৰক্ষীৰ জিম্মাতে দুৰ্বৃত্তই জ্বলাই দিলে ট্ৰাকখন
Leave A Reply

Your email address will not be published.