danewsplus.com
danewsplus.com

সাগৰৰ মাজত কি কৰিছে বিকি-কেটৰিণাই ! ভাইৰেল ছচিয়েল মিডিয়াত

0 158

ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম চৰ্চিত যুটি বিকি কৌশল আৰু কেটৰিনা কাইফ। বহু সময়ত প্ৰায়ে চৰ্চিত হৈ থকা এই দুই জনপ্ৰিয় তাৰকা বিকি কৌশল আৰু কেটৰিনা কাইফে অলপতে তেওঁলোকৰ ছচিয়েল মিডিয়া হেণ্ডেলত কেইবাখনো ফটো পোষ্ট কৰিছে। যি কেইখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে বিবাহৰ পিছত সাগৰৰ মাজত অন্তৰংগ মুহূৰ্ত পাৰ কৰিছে বিকি-কেটৰিণা! কটাইছে নিবিড় মুহূৰ্ত।


প্ৰকৃতিৰ কোলাত কেটৰিনা আৰু বিকি কৌশল!

বলীউদৰ দুই জনপ্ৰিয় তাৰকা বিকি কৌশল আৰু কেটৰিনা কাইফে যোৱা বছৰৰ ২০২১ চনৰ ৯ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হয়। এনেদৰে অনুৰাগী সকলৰ মাজত চৰ্চিত হৈ থাকে এই দুই জনপ্ৰিয় তাৰকাই।

Leave A Reply

Your email address will not be published.