danewsplus.com
danewsplus.com

পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য

0 65

ডিজিটেল ডেস্কঃ পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য । ৯ দিনত ৮ বাৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।
প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি ৮৯ পইচাকৈ। প্ৰতিলিটাৰ ডিজেলত ৮৫ পইচাকৈ বৃদ্ধি পালে। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত ১০০.৭৮ টকা। গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত ৮৬.৭৫ টকা। ৰাজ্যৰ কেইবাঠাইতো শতকৰ ঘৰত পেট্ৰ’লৰ মূল্য। যোগীঘোপাত প্ৰতিলিটাৰ পেট্ৰ’লত ১০০.৮৬ টকা। যোগীঘোপাত প্ৰতিলিটাৰ ডিজেলত হ’লগৈ ৮৬.৮৪ টকা। ২ নৱেম্বৰৰ পিছত ২২ মাৰ্চত বৃদ্ধি পাইছিল ইন্ধনৰ মূল্য।

Leave A Reply

Your email address will not be published.