danewsplus.com
danewsplus.com

গুৱাহাটীৰ দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্তক আটক

0 205

ডিজিটেল ডেস্ক: গুৱাহাটীৰ দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীক আটক জালুকবাৰী আৰক্ষীৰ।
নিজ পৰিয়ালৰ লোকে চমজাই দিলে আৰক্ষীৰ হাতত। খবৰ অনুসৰি কামৰূপৰ দামপুৰ পাহাৰত লুকাই আছিল বিকি ।
মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হৈছিল জঘন্য ঘটনা, দুৰ্বৃত্তই কেমেৰাত ৰেকৰ্ড কৰিছিল ধৰ্ষণৰ ভিডিঅ’।
বৰ্তমানেও পলাতক আন ধৰ্ষণকাৰী পিংকু আলী, ফাইজুল আলী, ছুলেমন আলী আৰু ৰাজা আলী । পলাতক ৪ অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে।

Leave A Reply

Your email address will not be published.