danewsplus.com
danewsplus.com

পাকিস্তানক পৰাস্ত কৰিও পাকিস্তানৰে মন জয় ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

0 183

ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটত পাকিস্তানক একেৰাহে ১১খন মেচত পৰাস্ত কৰি অভিলেখ সৃষ্টি কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে৷ চলিত মহিলা বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক পৰাস্ত কৰি এই অভিলেখ ৰচিলে ভাৰতীয় দলে৷ পাকিস্তানক পৰাস্ত কৰি পাকিস্তানৰে মন জয় কৰিলে হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, ৰিছা ঘোষ আদিয়ে৷

https://fb.watch/bBtDw5Iyob/

মেচ জিকাৰ পিছত পাকিস্তানৰ অধিনায়িকা বিস্মাহ মাৰুফক ঘেৰি ধৰিলে আটায়ে৷ আকৰ্ষণৰ কেন্দ্ৰ কিন্তু মাৰুফ নাছিল৷ মাৰুফৰ কোলাত থকা তেওঁৰ কণমানি কন্যা ফাতিমাহে আটাইৰে আকৰ্ষণৰ কাৰণ হৈ পৰিল৷ হৰমনপ্ৰীত কৌৰে কণমানিৰ সৈতে তুলিলে ছেলফি৷

Leave A Reply

Your email address will not be published.