danewsplus.com
danewsplus.com

আজি পৌৰসভা নিৰ্বাচন: পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ

0 287

আজি পৌৰসভা নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, সমগ্ৰ অসমৰ ৯৭৭ টা ৱাৰ্ডৰে গঠিত ৮০ খন পৌৰ পৰিষদত নিৰ্বাচন অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ইতিমধ্যে ৩খন পৌৰসভাত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় সাৱ্যস্ত বিজেপিৰ। কেৱল ৭৭খন পৌৰসভাত আজি অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।পোন প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত ব্যৱহাৰ EVM।
আজি ভাগ্য নিৰ্ণয় হ’ব ২ হাজাৰ ৫৩২ প্ৰাৰ্থীৰ। ডিব্ৰুগড় পৌৰসভাত সৰ্বাধিক ভোটাৰ, জিলাখনৰ ভোটাৰৰ সংখ্যা ১ লাখ ১৭ হাজাৰ ৬৯০।

Leave A Reply

Your email address will not be published.