danewsplus.com
danewsplus.com

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক

0 162

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সম্পৰ্কত আলোচনাৰ বাবে শনিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহব্বান। তৃতীয় লানি বৈঠকত বহিব ৰাছিয়া আৰু ইউক্ৰেইন। পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰা সম্পৰ্কত হ’ব এই আলোচনা।
ইতিমধ্যে দুখনকৈ বৈঠকত মিলিত হৈছে দুয়োখন দেশ।শীঘ্ৰে দুয়োখন দেশক হিংসা পৰিহাৰ কৰাৰ আহ্বান ৰাষ্ট্ৰসংঘৰ।


শনিবাৰে যুদ্ধই ১০টা দিনত ভৰি দিলে, ইতিমধ্যেই দুয়োখন দেশৰ বিস্তৰ ক্ষতি সাধন হৈছে তথাপি নিজৰ দাবীত অটল দুয়োখন দেশ।

সেয়েহে পূৰ্বৰ দুখন বৈঠকৰ দৰে এই বৈঠকখনো বিফল হোৱাৰ সম্ভাৱনাই চিন্তিত কৰি তোলিছে বিশ্ববাসীক।

Leave A Reply

Your email address will not be published.