danewsplus.com
danewsplus.com

যাত্ৰীবাহী ৰে’লত হঠাৎ লাগিল জুই

0 318

ডিজিটেল ডেস্ক: যাত্ৰীবাহী ৰে’লত জুই৷ উত্তৰ প্ৰদেশত দিল্লী অভিমুখী এখন যাত্ৰীবাহী ৰে’লৰ ইঞ্জিন আৰু দুটা দবাত আজি হঠাৎ লাগিল জুই৷ মিৰাটৰ সমীপৰ এটা ৰে’ল ষ্টেচনত ঘটিল এই দুৰ্ঘটনা৷

যাত্ৰীসকলে ঠেলি ইঞ্জিন আৰু জুই লগা দবা দুটাৰ পৰা বাকী দবাবোৰ বিচ্ছিন্ন কৰাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’লখন৷ এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷

Leave A Reply

Your email address will not be published.