danewsplus.com
danewsplus.com

আজি ভাৰত-শ্ৰীলংকাৰ শৃংখলাৰ দ্বিতীয় টি-২০

0 332

ডিজিটেল ডেস্কঃ ধৰ্মশালাত আজি শ্ৰীলংকাৰ বিৰুদ্ধে যুঁজত নামিব ৰোহিত বাহিনী৷ আজিৰ মেচত জয়লাভ কৰি ছিৰিজ দখল কৰাটোৱেই এতিয়া ভাৰতৰ একমাত্ৰ লক্ষ্য৷ এই মেচত জয়লাভ কৰি ছিৰিজত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব শ্ৰীলংকাই৷ লক্ষ্ণৌত অনুষ্ঠিত প্ৰথমখন টি-২০ত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰিছিল ৩৮ ৰানত৷

Leave A Reply

Your email address will not be published.