danewsplus.com
danewsplus.com

বিপদে লগ এৰা নাই লালু প্ৰসাদ যাদৱক

0 128

ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো বিপদত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক।এইবাৰ যাদৱক ৫ বছৰৰ কাৰাদণ্ড বিহিলে ৰাঁচি চিবিআইৰ বিশেষ আদালতে।লগতে ৬০ লাখ টকাও জৰিমনা বিহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।পশু খাদ্য কেলেংকাৰিত দোষী সাব্যস্ত কৰে লালু প্ৰসাদ যাদৱক।আজি দিনৰ ১.৩০ বজাত শাস্তি ঘোষণা কৰিলে ৰাঁচি চিবিআইৰ বিশেষ আদালতে।

Leave A Reply

Your email address will not be published.