danewsplus.com
danewsplus.com

এদিনীয়াৰ পিছত T-20 শৃংখলা দখল ভাৰতৰ

0 180


ডিজিটেল ডেস্কঃ এদিনীয়াৰ পিছত T-20 শৃংখলাও দখল ভাৰতৰ।ৱেষ্ট ইণ্ডিজক ৩-০ত হোৱাইট ৱাশ্ব কৰিলে টীম ইণ্ডিয়াই।ইডেন গাৰ্ডেনত অন্তিম T-20ত ১৭ ৰানত পৰাস্ত ৱেষ্ট ইণ্ডিজ।ভাৰতৰ ১৮৪ ৰানৰ প্ৰত্যুত্তৰত ১৬৭ ৰানতে থমকিল আলহী দল।সূৰ্য কুমাৰ যাদৱে লাভ কৰে ‘প্লেয়াৰ অৱ দ্য মেচ’ আৰু ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’।একেৰাহে ৯খন T-20 মেচত ভাৰতৰ জয়ৰ ধাৰা অব্যাহত।

Leave A Reply

Your email address will not be published.