danewsplus.com
danewsplus.com

দুবছৰৰ অন্তত দিল্লী বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ

0 140

ডিজিটেল ডেস্কঃ প্ৰায় দুবছৰৰ অন্তত খোল খালে দিল্লী বিশ্ববিদ্যালয়ৰ দুৱাৰ ৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ ২২ মাৰ্চৰ পৰা অফলাইন পাঠদান বন্ধ হৈ আছিল বিশ্ববিদ্যালয়খনৰ ৷ অৱশ্যে এই সময়ছোৱাত অনলাইন পদ্ধতিৰে পঢ়ুওৱা হৈছিল শিক্ষাৰ্থীসকলক ৷

শেহতীয়াকৈ দেশত ক’ৰোনা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱা বাবে বৃহস্পতিবাৰে পুনৰ খুলিছে বিশ্ববিদ্যালয় ৷

Leave A Reply

Your email address will not be published.