danewsplus.com
danewsplus.com

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

0 112

ডিজিটেল ডেস্কঃ আজি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যখনৰ পশ্চিমাংশৰ ১১খন জিলাৰ মুঠ ৫৮টা সমষ্টিত হ’ব ভোটগ্ৰহণ ৷ ক’ভিট প্ৰট’কল মানি পুৱা ৭.০০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

আজি ভাগ্য নিৰ্ধাৰণ হ’ব উত্তৰ প্ৰদেশৰ মন্ত্ৰী শ্ৰীকান্ত শৰ্মা, সুৰেশ ৰাণা, চণ্ডিপ সিং, কপিল দেৱ আগৰৱাল, অতুল গাৰ্গ আৰু চৌধুৰী লক্ষ্মীনাৰায়ণৰ ৷ বৃহৎ নিৰ্বাচনী সভা, ৰ’ড শ্ব’ অবিহনে এইবাৰ অনুষ্ঠিত হোৱা নিৰ্বাচন যথেষ্ট লক্ষণীয় হৈ পৰিছে ৷


Leave A Reply

Your email address will not be published.