danewsplus.com
danewsplus.com

মাতৃ হ’বলৈ ওলাইছে দেবিনা, ছ’চিয়েল মিডিয়াত ভাইৰেল বিশেষ ছবি

0 162

ডিজিটেল ডেস্কঃ মাক হ’বলৈ ওলাইছে দেবিনা বেনাৰ্জী। সৰু পৰ্দাৰ অভিনেতা গুৰমিত চৌধুৰী আৰু তেওঁৰ অভিনেত্ৰী পত্নী দেবিনাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰে এই কথা।

তেওঁলোকে চ’চিয়েল মিডিয়াত লিখে যে, “To becoming 3. Choudhary junior coming soon. Seeking your blessings”. এই প’ষ্টৰ লগতে তেওঁলোকে এখন ফ’টো শ্বেয়াৰ কৰে য’ত দেবিনাক সন্তানসম্ভৱা দেখা পোৱা গৈছে। মৌনী ৰয়, মাহী ভীজৰ লগতে আন বহু চেলিব্ৰিটিয়ে তেওঁৰ এই প’ষ্টত শুভকামনা জনায়।

Leave A Reply

Your email address will not be published.