danewsplus.com
danewsplus.com

বিলাসীপাৰাত শিক্ষাৰ্থীৰ সজাগতামূলক চাইকেল যাত্ৰা

0 478

ডিজিটেল ডেস্ক: বিলাসীপাৰাত ড্ৰাগ্ছৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ সজাগতামূলক চাইকেল যাত্ৰা৷ বিলাসীপাৰা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উলিয়ালে এই চাইকেল যাত্ৰা৷ ড্ৰাগ্ছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰা চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উপস্থিত হয়গৈ ছাত্ৰ-ছাত্ৰীসকল৷ ৰত্নপীঠ মহাবিদ্যালয়ত সজাগতামূলক আলোচনাত মিলিত হয় দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকল৷ কলেজীয়া শিক্ষাৰ্থীসকলৰ এই ড্ৰাগ্ছবিৰোধী প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে৷

Leave A Reply

Your email address will not be published.