danewsplus.com
danewsplus.com

যৌন জীৱন সুখৰ কৰিবলৈ প্ৰতিদিনে কৰক এই কেইটা আসন

0 242

ডিজিটেল ডেস্কঃ যোগ শাৰীৰিক ব্যায়াম মানৱ দেহৰ বাবে যথেষ্ঠ প্ৰয়োজনীয়। প্ৰতিদিনে ব্যায়াম কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। সঠিক যোগাভ্যাসে শাৰীৰিক মানসিক দুয়োটা দিশতে উন্নতি কৰে। যোগাসনে যৌন জীবনতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। সঠিক আসন সঠিক ভাৱে কৰিলে শৰীৰৰ দ্ৰুত গতিত উন্নতি হয়। বিশেষজ্ঞ সকলৰ মতে এই তিনিটা ব্যায়ম প্ৰতিদিনে কৰিলে কৰিলে যৌন জীৱন সুখৰ হয়।

১. আনন্দ আসন-

এই আসন সঠিক ভাবে অনুশীলন কৰিলে পেশীৰ শক্তি বৃদ্ধি হয়। ৰক্তসঞ্চলন বাঢ়ে। যৌন মিলন সুখকৰ হয়। মহিলাৰ ঋতুস্রাবকালীন সমস্যা হ্ৰাস কৰাতো সহায় কৰে।

২.চক্রাসন

চক্রাসন মেৰুদণ্ড ভাল ৰাখে। শৰীৰৰ চৰ্বী হ্ৰাস কৰে। এই আসন নমনীয় হয়। এই আসন প্ৰতিদিনে কৰিলে শৰীৰত সতেজ হৈ থাকে।

৩.অধোমুখ শ্বনাসন

এই আসন কৰিলে হাত, ভৰি, পিঠিৰ বিষ ভাল হয়। লগতে মস্তিষ্কৰ ৰক্তসঞ্চালন বৃদ্ধি কৰে, ফলত শৰীৰ আৰু মন দুয়োটাই ভাল উজ্জীবিত হয় মন।
অৱশ্যে শাৰীৰিক অসুস্থতা হ’লে বিশেষজ্ঞ সকলোৰ পৰামৰ্শ ল’ব লাগে।

Leave A Reply

Your email address will not be published.