danewsplus.com
danewsplus.com

প্ৰাক্তন বিজেপি সাংসদ চি জে ৰেড্ডীৰ মৃত্যু

0 405

ডিজিটেল ডেস্ক: লোকসভাৰ প্ৰথম দুজন বিজেপি সাংসদৰ অন্যতম চি জে ৰেড্ডীৰ মৃত্যু ঘটিছে৷ হায়দৰাবাদত আজি পুৱা ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ৷

১৯৮৪ৰ লোকসভা নিৰ্বাচনত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাস্ত কৰিছিল ৰেড্ডীয়ে৷ জনসংঘৰ কৰ্মী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল চি জে ৰেড্ডীয়ে৷

Leave A Reply

Your email address will not be published.