danewsplus.com
danewsplus.com

অভিনেত্ৰী শমিতাক জন্মদিনত হিয়া খুলি চুমাৰে ওপচালে প্ৰেমিক ৰাকেশে

0 146

ডিজিটেল ডেস্কঃ অভিনেতা ৰাকেশ বাপট আৰু শমিতা ছেত্ৰীৰ যুটিয়ে খলকনি তুলাৰ মাজতে অভিনেত্ৰী গৰাকীৰ জন্মদিনত প্ৰেমিক ৰাকেশৰ সৈতে কিছু অন্তৰংগ মূহুৰ্তৰ ফটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।বিগবছ OTT ত লগ হৈছিল দুয়োগৰাকী তাৰকা। আৰু তাতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

শেহতীয়াকৈ বিগবছ-১৫ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিলে শমিতাই। শমিতাৰ জন্মদিনত বিগবছৰ কেইবাগৰাকী প্ৰতিযোগীকো দেখা গৈছিল।প্ৰেমিক ৰাকেশ বাপটকো দেখা পোৱা গৈছিল শমিতাৰ জন্মদিনত।।জন্মদিন উপলক্ষে শমিতাক মৰমৰ চিন হিচাপে চুমা উপহাৰ দিয়ে ৰাকেশ বাপটে। অৱশ্যে শমিতা-ৰাকেশৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে বাট চাইছে যুটিটোৰ শুভাকাংশী সকলে।

Leave A Reply

Your email address will not be published.