danewsplus.com
danewsplus.com

যোধপুৰৰ মডেলৰ আত্মহত্যাৰ চেষ্টা

0 399

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ যোধপুৰৰ এগৰাকী মডেল গুণগুণ উপাধ্যায়ে এখন হোটেলৰ ছয় মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। জঁপিয়াই পৰাৰ আগতে গুণগুণে তেওঁৰ দেওতাকক ফোন কৰিছিল আৰু কৈছিল যে তেওঁ জীৱন শেষ কৰিব বিচাৰিছে আৰু শেষবাৰৰ বাবে তেওঁৰ মুখখন চাবলৈ অনুৰোধ কৰিছিল। ইয়াৰ পাছতে তেখেতৰ পিতৃয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তেখেতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বৰ্তমান গুণগুণ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.