danewsplus.com
danewsplus.com

গুৱাহাটী-উঃ গুৱাহাটীৰ মাজত পুনৰ চলিব যন্ত্ৰচালিত নাওঁ

0 408

ডিজিটেল ডেস্কঃ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পুনৰ চলিব যন্ত্ৰচালিত নাওঁ ৷ নতুন ইঞ্জিনেৰে সাজু কৰি তোলা হৈছে ১০খন এনে নাওঁ ৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ পৰা চলিব এই নাওকেইখন ৷ এই নাৱত থাকিব লাইফ জেকেট ৷

জৰুৰীকালীন পৰিস্থিতিত সহায় কৰাৰ বাবে সাজু থাকিব লাইফ ব’ট ৷ ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত অশ্বক্লান্তত সংঘটিত নাও দুৰ্ঘটনাৰ পিছৰে পৰা বন্ধ আছিল যন্ত্ৰচালিত নাৱৰ চলাচল ৷

Leave A Reply

Your email address will not be published.