danewsplus.com
danewsplus.com

আজি শ্বহীদ দিৱস

0 129

ডিজিটেল ডেস্কঃ আজি মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱস। আজি তেখেতৰ ৭৪ সংখ্যক মৃত্যু তিথিত সমগ্ৰ দেশে পালন কৰিলে স্বহীদ দিৱস হিচাপে।

গান্ধী ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথ প্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই মহান ব্যক্তি গৰাকীৰ জন্ম হৈছিল ২ অক্টোবৰ, ১৮৬৯ চনত।

Leave A Reply

Your email address will not be published.