danewsplus.com
danewsplus.com

U-19 ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

0 269

ডিজিটেল ডেস্কঃ ১৯ অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত৷ কোৱাৰ্টাৰ ফাইনেলত ডিফেণ্ডিং ছেম্পিয়ন বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে৷ প্ৰথমে বেটিং কৰি বাংলাদেশে ৩৭ অভাৰ এটা বলত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১১ ৰান৷ জয়ৰ বাবে ১১২ ৰানৰ লক্ষ্য লৈ ভাৰতে ৩০ অভাৰ ৫টা বলত ৫ উইকেটত ১১৭ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে ভাৰতে৷ ২ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিফাইনেলৰ যুঁজত নামিব ভাৰত৷

Leave A Reply

Your email address will not be published.