danewsplus.com
danewsplus.com

ক্ষোভৰ অগ্নিত জ্বলিছে বিহাৰ ! জনপ্ৰিয় YouTuber খান ছাৰৰ বিৰুদ্ধে FIR

0 98

ডিজিটেল ডেস্কঃ ৰে’লেৱ ব’ৰ্ডৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ কৰি বিহাৰত আজি বিভিন্ন ছাত্ৰ সংগঠনে বন্ধ পালন কৰিছে ৷ ৰাজধানী পাটনাকে ধৰি বিভিন্ন ঠাইত ছাত্ৰ আৰু ৰাজনৈতিক দলৰ কৰ্মীয়ে অৱৰোধ কৰিছে পথ ৷ পথত টায়াৰ জ্বলাই জনাইছে প্ৰতিবাদ ৷

ছাত্ৰৰ এই প্ৰতিবাদত সমৰ্থন জনাইছে RJD, গণ অধিকাৰ পাৰ্টিকে ধৰি কেইবাটাও দলে ৷ আৰক্ষীয়ে আটক কৰিছে ভালেসংখ্যক ছাত্ৰক ৷ ছাত্ৰসকলক উচটনি যোগোৱাৰ অভিযোগ কৰি বিহাৰ আৰক্ষীয়ে জনপ্ৰিয় YouTuber খান ছাৰৰ লগতে অন্যান্য ক’চিং ইনষ্টিটিউটৰ বিৰুদ্ধে FIR দাখিল কৰিছে ৷ এই সম্পৰ্কত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৪জনক ৷

Leave A Reply

Your email address will not be published.