danewsplus.com
danewsplus.com

তামুলপুৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ বাইক ৰেলী

0 232

ডিজিটেল ডেস্ক: তামুলপুৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ বাইক ৰেলী৷ তামুলপুৰক ঘোষণা কৰা হৈছে নতুন জিলা ৰূপে৷ নতুন জিলাখনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মন্ত্ৰী ইউ জি ব্ৰহ্মই৷

তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ উদ্যোগত এই বাইক ৰেলী৷ গণৰাজ্য দিৱসত সকলোৱে যাতে মুকলিভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে এই বাইক ৰেলী৷

Leave A Reply

Your email address will not be published.