danewsplus.com
danewsplus.com

গণৰাজ্য দিৱসৰ দিনাই নগাঁৱত কৃষকৰ প্ৰতিবাদ, কিন্তু কিয়?

0 422

ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ দিনাই নগাঁৱত কৃষকৰ প্ৰতিবাদ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰিলে পঞ্জাবৰ দুই কৃষক নেতা তেজবীৰ সিং আৰু গুৰ্মিত সিং মনগতে৷ মিকিৰ বামুনী গ্ৰান্টৰ কৃষকৰ ভূমি অবৈধ ভাবে আজুৰ নামৰ এটা কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষকসকলে। এই প্ৰতিবাদত মিকিৰ বামুনীৰ কৃষকৰ লগতে ৰাইজৰ দলৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.