danewsplus.com
danewsplus.com

সুৰাত মাতাল হ’লে মানুহে কি কৰিব নোৱাৰে?

0 367

ডিজিটেল ডেস্ক: সুৰাত মাতাল হ’লে মানুহে কি কৰিব নোৱাৰে? হাৰ কঁপোৱা শীততো পথতে শুব পাৰে সুৰাপায়ীয়ে৷ কেৱল সিমানেই নহয়, আৰক্ষীকো জ্বলা-কলা খুৱালে সুৰাপায়ীয়ে৷

আজি মই ৰাস্তাতে শুম,শুম মানে শুলেই। দেৰগাঁও আৰক্ষীৰ সন্মুখত এজন সুৰাপায়ীৰ অদ্ভূট কাণ্ড।
৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত ঘণ্টা ঘণ্টা ধৰি শুলে এজন সুৰাপায়ী লোকে।

ইয়াৰ পাছতেই দেৰগাঁও চহৰত লাগিল যান-জঁট। পিছে, টেনছন হোৱাৰ বাবেহে সুৰাপান কৰিছিল বুলি আৰক্ষীক জনাই সুৰাপায়ী লোকজনে। পৰৱৰ্তী সময়ত মিডিয়াৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰে সুৰাপায়ীজনে।

Leave A Reply

Your email address will not be published.