danewsplus.com
danewsplus.com

১১ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ লাডাখৰ প্ৰথমখন ছিনথেটিক ট্ৰেক, ফুটবল ষ্টেডিয়াম

0 377

ডিজিটেল ডেস্কঃ লাডাখৰ প্ৰথমখন ছিনথেটিক ট্ৰেক আৰু ফুটবল ষ্টেডিয়াম সম্পূৰ্ণ হোৱাৰ পথত ৷ শীতল মৰুভূমিৰ স্পিটুক অঞ্চলত ১০ কোটি ৬৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়ামখন ৷

খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত ১১ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ খেলুৱৈ আৰু ক্ৰীড়া প্ৰেমীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

Leave A Reply

Your email address will not be published.