danewsplus.com
danewsplus.com

আজি ষ্টাৰ্টআপ দিৱস! দেশজুৰি উদযাপন প্ৰথম ষ্টাৰ্টআপ দিৱস

0 356

ডিজিটেল ডেক্সঃ আজি ষ্টাৰ্টআপ দিৱস৷ দেশজুৰি উদযাপন কৰা হৈছে প্ৰথম ষ্টাৰ্টআপ দিৱস৷ প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত এতিয়াৰে পৰা প্ৰতিবছৰে ১৬ জানুৱাৰীৰ দিনটোক ষ্টাৰ্টআপ দিৱস হিচাপে উদযাপন কৰা হ’ব৷

মোদীয়ে কয় যে ষ্টাৰ্টআপসমূহ হ’ব দেশৰ মেৰুদণ্ডস্বৰূপ৷ ষ্টাৰ্টআপ দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে৷

Leave A Reply

Your email address will not be published.