danewsplus.com
danewsplus.com

ইছৰ’ৰ নতুন অধ্যক্ষ হ’ব এছ সোমনাথ

0 410

ডিজিটেল ডেস্কঃ ইছৰ’ৰ নতুন অধ্যক্ষ হ’ব এছ সোমনাথ৷ জ্যেষ্ঠ ৰকেট বিজ্ঞানী সোমনাথক মহাকাশ দপ্তৰৰ সচিবৰো দায়িত্বও দিয়া হৈছে৷ ইছ’ৰৰ বৰ্তমান অধ্যক্ষ কে শিৱনৰ কাৰ্যাকাল অন্ত পৰিব বৃহস্পতিবাৰে৷

নতুন অধ্যক্ষ সোমনাথে বৰ্তমান বিক্ৰম ছাৰাভাই স্পেইচ চেণ্টাৰত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ইয়াৰ পূৰ্বে আঢ়ৈ বছৰ ধৰি তেওঁ লিকুইড প্ৰপালছন ছিষ্টেমছ চেণ্টাৰৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷

Leave A Reply

Your email address will not be published.