danewsplus.com
danewsplus.com

অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইক DSP পদত নিযুক্তি

0 352

ডিজিটেল ডেস্কঃ অসমৰ সুযোগ্য সন্তান ক্ৰীড়াৰ মধ্যমণি লাভলীনা বৰগোঁহাইক অসম আৰক্ষীৰ DSP পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে এই নিযুক্তি পত্ৰ। এই অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।


উল্লেখ্য় যে,২০২১ বেষ্টত নতুন ক্ৰীড়া নীতিৰ অধীনত প্ৰদান কৰা হৈছে এই নিযুক্তি পত্ৰ । লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য সচিব, ক্ৰীড়া মন্ত্ৰী বিমল বৰা। জি পি সিং, মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে জাতীয় সংগীতেৰে আৰম্ভ কৰা হৈছিল এই অনুষ্ঠান।

Leave A Reply

Your email address will not be published.