danewsplus.com
danewsplus.com

ক’ৰোনাত আক্ৰান্ত অৰিজিৎ সিং,পত্নীৰ দেহতো ক’ভিড

0 175

ডিজিটেল ডেস্কঃ দিনক দিনে বাঢ়িছে ক’ভিডৰ ভয়াবহ সংক্ৰমণ। ইজনৰ পিছত সিজন তাৰকাও ক’ভিডত সংক্ৰমিত হৈছে । এইবাৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং আক্ৰান্ত হৈছে ক’ভিডত। অৰিজিৎৰ পত্নী কোয়েল ৰয়ৰ দেহতো ক’ভিড পোৱা গৈছে। তাৰকা গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে । পত্নীসহ বৰ্তমান হোম আইছ’লেচনত আছে অৰিজিৎ।

Leave A Reply

Your email address will not be published.