danewsplus.com
danewsplus.com

ক’ৰণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়

0 123


ডিজিটেল ডেস্কঃ অব্যাহত আছে ক’ৰণাৰ আতংক।শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ দেহত ধৰা পৰিছে ক’ভিড।মন্ত্ৰী গৰাকীয়ে টুইট যোগে সদৰি ক’ৰে এই কথা।বৰ্তমান কোৱাৰেন্টাইনত আছে মন্ত্ৰী গৰাকী।ৰায়ৰ সংস্পৰ্শত অহা লোক সকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ৰাজ্যিক মন্ত্ৰী গৰাকীৰ।

Leave A Reply

Your email address will not be published.