danewsplus.com
danewsplus.com

একেলগে আত্মহনন প্ৰেমিক-প্ৰেমিকাৰ

0 330

ডিজিটেল ডেস্কঃ প্ৰেমত ঘূৰিছে ভূমণ্ডল,প্ৰেমত ফুলিছে শতদল। প্ৰেমত মানুহে কি কৰিব নোৱাৰে। প্ৰেমৰ কাৰণে মানুহে নিজৰ জীৱন ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে। কামৰূপৰ ৰঙিয়াত সংঘটিত হৈছে প্ৰেমিক-প্ৰেমিকাৰ আত্মহননৰ ঘটনা। ৰে’লৰ আগত পৰি আত্মহনন দুই প্ৰেমিক-প্ৰেমিকাৰ।
উদিয়ানাৰ উত্তৰপথাৰৰ ৰে’ল লাইনত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিবপৰা মতে, মৃত যুৱকজন মঙলদৈৰ আৰু তেওঁ ৰঙিয়াত ভাৰাতীয়া হিচাপে আছিল। আনহাতে, কিশোৰীগৰাকীৰ ঘৰ ৰঙিয়াৰ উদিয়ানাতেই।

Leave A Reply

Your email address will not be published.