danewsplus.com
danewsplus.com

আজি পৱিত্ৰ বৰদিন

0 185

ডিজিটেল ডেস্কঃদেশ-বিদেশৰ বিভিন্ন ঠাইত গৰিষ্ঠসংখ্যক খ্ৰীষ্টানধৰ্মী লোকে উদযাপন কৰিছে যীশু খ্ৰীষ্টৰ জন্মদিন৷ কেৰলৰ সুৰে মুখৰিত কৰিছে গীৰ্জাসমূহ৷ আকৰ্ষণীয়ভাৱে সজাই-পৰাই তোলা হৈছে সকলো গীৰ্জা৷ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো খ্ৰীষ্টানধৰ্মী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন৷

Leave A Reply

Your email address will not be published.