danewsplus.com
danewsplus.com

‘টাইগাৰ ৩’ লৈ আহি আছে চলমান-শ্বাহৰুখৰ যুটি

0 165

ডিজিটেল ডেক্সঃ চলচিত্ৰপ্ৰেমীসকলৰ বাবে ভাল খবৰ। এইবাৰ বলিউডত একেলগে দেখিবলৈ পোৱা যাব চলমান-শ্বাহৰুখ খানৰ যুটিক। জানিবপৰা মতে, চলমানৰ আহিবলগীয়া ছবি ‘ টাইগাৰ ৩’ ত শ্বাহৰুখ খানে অভিনয় কৰিব। শ্বাহৰুখ খানে এগৰাকী RAW বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব ‘টাইগাৰ-৩’ ত।

এই খবৰ লাভ কৰাৰ পিছতে তেওঁলোকৰ অনুৰাগীসকলৰ মনত উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, চলমান খানকো ইতিমধ্যে শ্বাহৰুখ খানৰ ছবি ‘পাথান’ত এটা বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল।

Leave A Reply

Your email address will not be published.